হোৱাটচএপৰ বিষয়ে আপুনি জানিবলগীয়া কিছু কথা

▪️হোৱাটচএপৰ প্ৰতিষ্ঠাপক জ্যান কউম আৰু ব্রায়ান একটন

▪️হোৱাটচএপ প্ৰতিষ্ঠা কৰা হৈছিল ২৪ ফেব্ৰুৱাৰী ২০০৯ চনত ।

▪️হোৱাটচএপৰ এটা গ্ৰুপত সৰ্বাধিক ২৫৬ জন লোক ভৰ্তি হ'ব পাৰে ।

▪️হোৱাটচএপৰ  গ্ৰুপৰ প্ৰতিষ্ঠাপক এডমিন জনক সেই একেটা গ্ৰুপৰে অন্য এজন এডমিনে বহিস্কাৰ কৰিব নোৱাৰে ।

▪️২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ হিচাপৰ তথ্য অনুসৰি হোৱাটচএপ ব্যৱহাৰকাৰীৰৰ মুঠ সংখ্যা ২০০  কোটিতকৈও অধিক ।

▪️হোৱাটচএপৰ এটা মেছেজ দ্বিতীয়জন ব্যক্তিয়ে নেদেখাৰ আগত বা দেখাৰ পিছত  মেছেজটো ডিলিট কৰাৰ সময়সীমা ১ ঘন্টা ।

 ▪️হোৱাটচএপ ষ্টেটাচত ভিডিঅ' আপলোডৰ নূন্যতম সময় ১ ছেকেণ্ড আৰু দীৰ্ঘতম সময়ৰ ৩০ ছেকেণ্ড মাত্ৰ । 

▪️হোৱাটচএপ ষ্টেটাচত একে সময়তে সৰ্বমুঠ ৩০ খন ফটো আপলোড কৰিব পাৰি ।

▪️এটা হোৱাটচএপ ষ্টেটাচৰ ম্যাদ ২৪ ঘন্টালৈকে থাকে ।

▪️হোৱাটচএপ ষ্টেটাচ এটাত সৰ্বোচ্চ ৭০০ টা বৰ্ণ ব্যৱহাৰ কৰিব পাৰি ।
Rinku Rajowar

Hi, I am admin in this website. You can reach me at- rajowar10@gmaiI.com or 8638826833

Post a Comment

Previous Post Next Post